Saturday, February 12, 2022

A BEAUTIFUL POEM BY Satabdi Sarmah

  সেই জুলনাখন

  এটা নিৰ্দ্দিষ্ট অনুষ্ঠানৰ এখন বিশেষ জুলনা। কত পখিলাৰ পাখিৰ চটফটনি সেই জুলনাত, জুলনাতেই বিচাৰি পায় সিহঁতে নিজৰ অস্তিত্ব। জুলনাখনতেই পায় প্ৰকৃতিৰ মিঠা মৌ কোঁহ , জুলনাখনেই সকলোৰে নিজস্ব আসন। তাতেই পখিলাজাকৰ হাঁহিৰ খিলখিলনি, কোনোবাদিনা হয়তো হাঁহি শুনি জুলনাইও হাঁহে কেৰেক কেৰেক। পখিলাজাকৰ হাঁহিৰে মহীয়ান হৈ যুগ - যুগান্তৰ ধৰি প্ৰজন্মৰ পিছত প্ৰজন্ম এজাক পখিলা বহু মূহুৰ্তৰ সাক্ষী সেই জুলনাখনৰ । - শতাব্দী শৰ্মা




STUDENT OF NOWGONG COLLEGE 

No comments:

Post a Comment

A BEAUTIFUL POEM BY Satabdi Sarmah

    সেই জুলনাখন   এটা নিৰ্দ্দিষ্ট অনুষ্ঠানৰ এখন বিশেষ জুলনা। কত পখিলাৰ পাখিৰ চটফটনি সেই জুলনাত, জুলনাতেই বিচাৰি পায় সিহঁতে নিজৰ অস্তিত্ব। জ...